Back to Languages

Assamese - Chapter 101 - Al-Qariah

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Qariah 101:1

ভীতিপ্ৰদ মহা বিপদ।

Verse 2 — Surah Al-Qariah 101:2

ভীতিপ্ৰদ মহা বিপদ কি

Verse 3 — Surah Al-Qariah 101:3

ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা

Verse 4 — Surah Al-Qariah 101:4

সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।

Verse 5 — Surah Al-Qariah 101:5

আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।

Verse 6 — Surah Al-Qariah 101:6

এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব

Verse 7 — Surah Al-Qariah 101:7

তেওঁ থাকিব সন্তোষজনক জীৱনত

Verse 8 — Surah Al-Qariah 101:8

আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব

Verse 9 — Surah Al-Qariah 101:9

তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।

Verse 10 — Surah Al-Qariah 101:10

আৰু তুমি কি জানা সেইটোনো কি

Verse 11 — Surah Al-Qariah 101:11

ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।