Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 103 - Al-Asr
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Asr 103:1
সময়ৰ শপত
Verse 2 — Surah Al-Asr 103:2
নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত
Verse 3 — Surah Al-Asr 103:3
কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।