Back to Languages

Assamese - Chapter 107 - Al-Maun

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Maun 107:1

তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে

Verse 2 — Surah Al-Maun 107:2

সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়

Verse 3 — Surah Al-Maun 107:3

আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।

Verse 4 — Surah Al-Maun 107:4

এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ

Verse 5 — Surah Al-Maun 107:5

যিসকলে নিজৰ ছালাতত অমনোযোগী

Verse 6 — Surah Al-Maun 107:6

যিসকলে আনক দেখুৱাবলৈহে কৰে

Verse 7 — Surah Al-Maun 107:7

আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।