Back to Languages

Assamese - Chapter 110 - An-Nasr

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah An-Nasr 110:1

যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব

Verse 2 — Surah An-Nasr 110:2

আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোতে দেখিবা

Verse 3 — Surah An-Nasr 110:3

তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।