Back to Languages

Assamese - Chapter 112 - Al-Ikhlas

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Ikhlas 112:1

কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়

Verse 2 — Surah Al-Ikhlas 112:2

আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)

Verse 3 — Surah Al-Ikhlas 112:3

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই

Verse 4 — Surah Al-Ikhlas 112:4

আৰু তেওঁৰ সমতুল্য কোনো নাই’।