Back to Languages

Assamese - Chapter 113 - Al-Falaq

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Falaq 113:1

কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।

Verse 2 — Surah Al-Falaq 113:2

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা

Verse 3 — Surah Al-Falaq 113:3

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়

Verse 4 — Surah Al-Falaq 113:4

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে

Verse 5 — Surah Al-Falaq 113:5

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।