Back to LanguagesPrevious ChapterNext Chapter
Assamese - Chapter 97 - Al-Qadr
Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink
Verse 1 — Surah Al-Qadr 97:1
নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো
Verse 2 — Surah Al-Qadr 97:2
তুমি কি জানিবা লাইলাতুল ক্বদৰ কি
Verse 3 — Surah Al-Qadr 97:3
লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।
Verse 4 — Surah Al-Qadr 97:4
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
Verse 5 — Surah Al-Qadr 97:5
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।