Back to Languages

    Assamese - Chapter 114

    Translation by Shaykh Rafeequl Islam Habibur Rahman

    Verse 1

    কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ

    Verse 2

    মানুহৰ অধিপতিৰ

    Verse 3

    মানুহৰ ইলাহৰ ওচৰত

    Verse 4

    আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা

    Verse 5

    যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে

    Verse 6

    জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।