Back to Languages

Assamese - Chapter 95 - At-Tin

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah At-Tin 95:1

শপত তীন আৰু যায়তুনৰ

Verse 2 — Surah At-Tin 95:2

শপত চিনাই পৰ্বতৰ

Verse 3 — Surah At-Tin 95:3

শপত এই নিৰাপদ নগৰখনৰ

Verse 4 — Surah At-Tin 95:4

নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো

Verse 5 — Surah At-Tin 95:5

তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো

Verse 6 — Surah At-Tin 95:6

কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান।

Verse 7 — Surah At-Tin 95:7

এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে

Verse 8 — Surah At-Tin 95:8

আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু